কংগ্ৰেছৰ প্ৰতিবাদৰ বিৰুদ্ধে অসম বিজেপিৰ প্ৰতিবাদ, গুৱাহাটীত ৰাজনৈতিক উত্তাপ বৃদ্ধি
দিল্লীত কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতিক্ৰিয়াস্বৰূপ অসম বিজেপিয়েও গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বুধবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ নেতা-কৰ্মীসকল বৃহৎ সংখ্যাত!-->!-->!-->…