“শিক্ষা আন্দোলনক লৈ ছলমান খানৰ প্ৰতিক্ৰিয়া ইয়াক ৰাজনৈতিক ৰং নিদিব, এয়া কেৱল শিক্ষাৰ…
দেশজুৰি চলি থকা শিক্ষা ব্যৱস্থা আৰু প্ৰশ্নপত্ৰ ফাঁছক কেন্দ্ৰ কৰি আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ মাজতে বলীউডৰ অভিনেতা ছলমান খানে প্ৰথমবাৰৰ বাবে নিজৰ মতামত প্ৰকাশ কৰিছে। জন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক!-->!-->!-->…