Browsing Tag

india

গণতন্ত্ৰৰ জয়: ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, ছাত্ৰ-ছাত্ৰীৰ ঐতিহাসিক বিজয়

দেশজুৰি দীৰ্ঘদিন ধৰি চলি অহা ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ আন্দোলনৰ অন্তত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। আন্দোলনকাৰীসকলৰ মতে, এই পদত্যাগ কেৱল এজন মন্ত্ৰীৰ দায়িত্ব ত্যাগ…

उत्तरदायित्व (Accountability)

उत्तरदायित्व (Accountability) यह शब्द आजकल खूब सुर्खियों में है। आखिर क्यों? इसका वास्तविक अर्थ क्या है? सीजेपी (CJP) और छात्र आंदोलनों के बीच यह शब्द काफी प्रचलित हो रहा है, और उनकी प्रमुख मांग भी केवल Accountability की है। आखिर यह…

পৰীক্ষাত স্বচ্ছতা নিশ্চিত কৰিবলৈ ডাঙৰ সিদ্ধান্ত ।প্ৰশ্নফাঁহৰ গোচৰ চলিব ফাষ্ট-ট্ৰেক আদালতত।

দেশজুৰি সংঘটিত হৈ অহা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নফাঁহ কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কৈছে যে, পৰীক্ষাৰ স্বচ্ছতা আৰু শিক্ষাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰশ্নফাঁহৰ সৈতে…

গণতন্ত্ৰ, ছাত্ৰ আন্দোলন আৰু সংবাদ মাধ্যমৰ দায়িত্ব

ভাৰতক পৃথিৱীৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ বুলি কোৱা হয়। এনে এক গণতান্ত্ৰিক দেশ, য'ত সংবিধানে প্ৰতিজন নাগৰিকক নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। য'ত প্ৰশ্ন সোধাটো অপৰাধ নহয়, বৰঞ্চ গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি। কিন্তু আজি দেশৰ…

দিল্লীত ‘চলো সংসদ’ প্ৰতিবাদ ।CJP ৰ আন্দোলনত সোনম ৱাংচুকৰ সমৰ্থন, আৰক্ষীৰ সৈতে সংঘৰ্ষ।

নতুন দিল্লী সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজতে ৰাজধানী দিল্লীত CJP ৰ আহ্বানত অনুষ্ঠিত ‘চলো সংসদ’ প্ৰতিবাদে দেশজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। বিভিন্ন ৰাজ্যৰ পৰা অহা শতাধিক আন্দোলনকাৰীয়ে নিজৰ বিভিন্ন দাবী উত্থাপন কৰি সংসদ অভিমুখে সমদল…